Chat with us
আমাৰ লক্ষ্য

ভৱিষ্যত পৰিকল্পনা

এখন সুস্থ, সুন্দৰ আৰু মৰমৰ সমাজ গঢ়াৰ আমাৰ সপোন

আমাৰ দীৰ্ঘম্যাদী লক্ষ্য

আমি বিশ্বাস কৰোঁ যে প্ৰতিজন ব্যক্তিৰ মৰম আৰু সন্মান পোৱাৰ অধিকাৰ আছে। আমাৰ ভৱিষ্যত পৰিকল্পনা হৈছে এনে এখন সমাজ গঢ়া য'ত কোনো নিৰাশ্ৰয় হৈ নাথাকে।

নিৰাশ্ৰয় পুনৰবাসন কেন্দ্ৰ

নিৰাশ্ৰয় পুনৰবাসন কেন্দ্ৰ

ৰাজপথত থকা মানসিকভাৱে অসুস্থ আৰু নিৰাশ্ৰয় লোকসকলক উদ্ধাৰ কৰি তেওঁলোকক চিকিত্সা আৰু আশ্ৰয় প্ৰদান কৰিবলৈ এটা ডাঙৰ পুনৰবাসন কেন্দ্ৰ নিৰ্মাণ।

বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ

বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ

দৃষ্টিহীন যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰিবলৈ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন। ইয়াত হস্তশিল্প, সংগীত, আৰু অন্যান্য দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব।

স্কুল কলেজ খুলি দুৰ্ভগীয়াৰ বাবে উন্নত শিক্ষা প্ৰদান কৰা

স্কুল কলেজ খুলি দুৰ্ভগীয়াৰ বাবে উন্নত শিক্ষা প্ৰদান কৰা

বৰ্তমানৰ বিদ্যালয়খনক সম্প্ৰসাৰণ কৰি ৫০০+ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱাসিক সুবিধা আৰু আধুনিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা। ডিজিটেল ব্ৰেইল লাইব্ৰেৰী আৰু কম্পিউটাৰ লেব স্থাপন কৰা।

এখন মাল্টি চুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰু শিক্ষা

এখন মাল্টি চুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰু শিক্ষা

দৰিদ্ৰ লোকসকলৰ বাবে এখন পূৰ্ণাংগ মাল্টিস্পেচিয়েলিটি চিকিৎসালয় স্থাপন কৰা য'ত সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব।

আমাৰ সপোন বাস্তৱায়িত কৰিবলৈ সহায় কৰক

আপোনাৰ সৰু অৱদানে আমাৰ ডাঙৰ লক্ষ্য পূৰণত সহায় কৰিব পাৰে।